अर्थ : প্রবাহক হেলনীয়াৰ ফালে লৈ যোৱা
							उदाहरण : 
							বান্ধৰ পানী নলাত পেলোৱা হয়
							
अर्थ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
							उदाहरण : 
							ডাষ্টবিনত জাবৰ পেলোৱা হয়
							
पर्यायवाची : দলিওৱা, দলিয়া, নিক্ষেপ কৰা
अर्थ : কোনো অন্যৰ দ্বাৰা পেলা
							उदाहरण : 
							সম্পত্তি পাবৰ বাবে দুষ্ট পুতেকে নিজৰ দেউতাকক ছাদৰ পৰা পেলোৱালে
							
अर्थ : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
							उदाहरण : 
							কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
							
पर्यायवाची : পেলাই দিয়া