अर्थ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
							उदाहरण : 
							আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
							
पर्यायवाची : দলিওৱা, নিক্ষেপ কৰা, ভৰোৱা
अर्थ : কোনো বস্তু তললৈ পেলোৱা কার্য
							उदाहरण : 
							লʼৰাটোৱে গাখীৰখিনি
							
अर्थ : অসাৱধানতা বা ভুলবশতঃ কোনো বস্তু কʼৰবাত এৰা বা পেলাই দিয়া
							उदाहरण : 
							কʼব নোৱাৰো ৰমেশে কʼতনো চাৰিশ টকা পেলাই দিলে
							
पर्यायवाची : পেলোৱা