अर्थ : বাৰে বাৰে থু পেলোৱা
							उदाहरण : 
							চাদা খাই তেওঁ থু থু কৰি আছে
							
पर्यायवाची : থু থু কৰা, থু পেলাই থকা, থুওৱা
अर्थ : মুখেৰে থুই বা মুখত লোৱা কোনো বস্তু বাহিৰলৈ জোৰেৰে উলিয়াই দিয়া কার্য
							उदाहरण : 
							তেওঁ ্ পাণ খাই মোৰ চোলাটোতে থুৱাই দিলে
							
पर्यायवाची : থুই পেলোৱা, থুওৱা, থুৱাই দিয়া