अर्थ : পাৰত লগোৱা
							उदाहरण : 
							নাবিকে তিনি ঘণ্টাত নদী পাৰ কৰিলে
							
अर्थ : নি্র্বাহ কৰা বা অতিবাহিত কৰা
							उदाहरण : 
							তেওঁ নিজৰ শৈশৱকাল বৰ দীনতাত অতিবাহিত কৰিলে
							
पर्यायवाची : অতিবাহিত কৰা, কটোৱা, নি্র্বাহ কৰা
अर्थ : কিহবাৰ আগলৈ আগবঢ়াই লৈ যোৱা
							उदाहरण : 
							ড্রাইভাৰে কাৰখন ট্রাকখনতকৈ আগুৱাই নিলে
							
पर्यायवाची : আগবঢ়োৱা
अर्थ : পাৰ হোৱা বা ব্যতিত হোৱা
							उदाहरण : 
							মাদাৰ টেৰেছাই তেওঁৰ ্গোটেই জীৱন মানৱ সেৱাত অতিবাহিত কৰিছিল
							
पर्यायवाची : অতিবাহিত কৰা, কটোৱা