अर्थ : কাৰোবাৰ কথা, আদেশ আদিৰ অনুসৰি কাম কৰা
							उदाहरण : 
							তেওঁ ্মোৰ আজ্ঞা পালন নকৰিলে
							
पर्यायवाची : মানি চলা
अर्थ : পশু, পক্ষী আদিক নিজৰ ওচৰত খুৱাই-বোৱাই ৰখা:কোনো কোনো লোকে চখতে কুকুৰ, মেকুৰী, ভাটৌ আদি পোহে
							उदाहरण : 
							
							
पर्यायवाची : পালা, পোহ-পাল দিয়া, পোহা
अर्थ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
							उदाहरण : 
							মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
							
पर्यायवाची : চকু-কাণ দিয়া, চম্ভালা, দায়িত্ব বহন কৰা
अर्थ : ভোজন,বস্ত্র আদি দি জীৱন ৰক্ষা কৰা
							उदाहरण : 
							সকলোৰে মাক-দেউতাকে নিজৰ শকতি অনুযায়ী লʼৰা-ছোৱালীৰ লালন-পালন কৰে
							
पर्यायवाची : প্রতিপালন কৰা, লালন-পালন কৰা