अर्थ : পানীৰ দৰে হৈ পৰা পাতল বস্তু
							उदाहरण : 
							ৰমেশৰ তেজ পনীয়া হৈ গৈছে  এইখিনি গাখীৰ নহয় পানী
							
पर्यायवाची : পনীয়া
अर्थ : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত
							उदाहरण : 
							এই তৰোৱালখনৰ পানী চাবলগীয়া
							
पर्यायवाची : ধাৰ
अर्थ : মুখ, চকু, ঘা আদিৰ পৰা বিৰিঙি থকা তৰল পদার্থ
							उदाहरण : 
							তেওঁৰ দুয়োটা চকুৰ পৰা অনবৰতে পানী ওলাই আছে