अर्थ : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে
							उदाहरण : 
							নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে
							
पर्यायवाची : চৰিত্র
अर्थ : কিবা লোৱা বা পোৱাৰ যোগ্য ব্যক্তি
							उदाहरण : 
							দান যোগ্য ব্যক্তিকহে দিয়া উচিত
							
पर्यायवाची : যোগ্য ব্যক্তি