अर्थ : ছিৰিয়াত প্রচলিত মুদ্রা
							उदाहरण : 
							এক আমেৰিকান ডলাৰ কিমান ছিৰিয়ান পাউণ্ডৰ সমান হয় ?
							
पर्यायवाची : ছিৰিয়ান পাউণ্ড
अर्थ : মিচৰত প্রচলিত মুদ্রা
							उदाहरण : 
							এক ইজিপ্সিয়ান পাউণ্ড প্রায় ভাৰতীয় মূল্য আঠ টকাৰ সমান
							
पर्यायवाची : ইজিপ্সিয়ান পাউণ্ড
अर्थ : গ্রেট ব্রিটেইনত প্রচলিত মুদ্রা
							उदाहरण : 
							এক ব্রিটিছ পাউণ্ডত প্রায় পয়সত্তৰ টকা হয়
							
पर्यायवाची : ব্রিটিছ পাউণ্ড
अर्थ : লেবাননত চলা মুদ্রা
							उदाहरण : 
							কামৰানে লেবানীজ পাউণ্ড কিনিবলৈ বেংকলৈ গৈছে
							
पर्यायवाची : লেবানিজ পাউণ্ড