अर्थ : যিজন সৈনিকৰ ওচৰত ্ ঘোঁৰা বা কোনো বাহন নাথাকে
							उदाहरण : 
							সেনা অভিযানৰ সময়ত শত্রুপক্ষৰ শ-শ পদাতিক সৈন্য হতাহত হৈছিল
							
पर्यायवाची : পদাতিক সেনা
अर्थ : দাবাখেলত থকা গুটিসমূহৰ মাজৰ আঠটা গুটি বিশিষ্ট সংখ্যা যাৰ মান সকলোতকৈ
							उदाहरण : 
							দাবাখেলত পদাতিক সৈন্য সদায় পোনে পোনে তথা বেঁ্কাকৈ যায়
							
अर्थ : ভৰিৰে খোজকাঢ়ি যুদ্ধ কৰা সৈনিক
							उदाहरण : 
							প্রাচীনকালৰ যুদ্ধত পদাতিকৰ যথেষ্ট প্রভাৱ আছিল
							
पर्यायवाची : পদাতি, পদাতিক সেনা