अर्थ : কোনো পত্র বা আদেশ আদিক উচিত স্থানলৈ লৈ যোৱা কার্য
							उदाहरण : 
							তেওঁ প্ৰেৰণৰ কাৰণে পাৰ চৰাই পুহি ৰাখিছে
							
पर्यायवाची : প্ৰেৰণ
अर्थ : কোনো বস্তু, ব্যক্তি আদিক এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা বা যাবলৈ দিয়া
							उदाहरण : 
							ৰামে অঙ্গদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠালে  মই এখন চিঠি পঠিয়ালো
							
पर्यायवाची : পঠোৱা, ৰাওনা হোৱা