अर्थ : নিয়ম অনুসৰি
							उदाहरण : 
							নিয়মমতে আমাৰো এই ভৱনত প্রবেশ কৰাৰ অধিকাৰ আছে
							
पर्यायवाची : নিয়মানুযায়ী, যথানিয়মে
अर्थ : বিধি বা নিয়ম অনুসৰি
							उदाहरण : 
							এই কামটো বিধিপূর্বক হৈ ্যোৱা উচিত
							
पर्यायवाची : কায়দামতে, বিধিপূর্বক, বিধিৱৎ