अर्थ : যিয়ে কোনো কাম নকৰে
							उदाहरण : 
							আমাৰ গাঁৱত আপুনি দুই-চাৰি জন নি্ষ্কর্মা বিচাৰি পাব
							
पर्यायवाची : অকর্মণ্য ব্যক্তি
अर्थ : অনাহকত ইফালে-সিফালে ঘূৰিফুৰা কার্য
							उदाहरण : 
							তেওঁ কিবা কাম-বন কৰাৰ পৰিৱর্তে দিনৰ দিনটো নি্ষ্কর্মা হৈ ঘূৰি ফুৰে
							
पर्यायवाची : কর্মবিহীন