अर्थ : দেশৰ পৰা বাহিৰ কৰি দিয়া শাস্তি
							उदाहरण : 
							বৃটিছৰ ৰাজত্বকালত স্বাধীনতা যুঁ্জাৰুসকলক শাস্তি হিচাপে নি্র্বাসন দি আন্দামানলৈ পঠোৱা হৈছিল
							
पर्यायवाची : দেশত্যাগী হোৱা-, দেশান্তৰী, নি্র্ব্বাসন
अर्थ : কাৰোবাক শাস্তি স্বৰূপে কোনো ঠাই, অঞ্চল আদিৰ পৰা আঁ্তৰাই অন্য কোনো দূৰৱর্তী ঠাইলৈ পঠিওৱা কার্য
							उदाहरण : 
							অজাতি ছোৱালী বিয়া কৰোৱাৰ কাৰণে মঙ্গলুক নিজ জাতিৰ পৰা  নি্র্বাসন দিলে
							
अर्थ : একপ্রকাৰৰ শাস্তি যʼত অপৰাধীক এক নির্দিষ্ট সময়লৈকে একোখন ঠাইত প্রৱেশৰ বাধা আৰোপ কৰা হয়
							उदाहरण : 
							এই চিনেমাখনত নায়কজন নি্র্বাসন দিয়া হয়