अर्थ : কোনো কথা আদিৰ ্সন্দর্ভত সিদ্ধান্ত লোৱা বা নি্র্ণয় ্কৰা
							उदाहरण : 
							ককাদেউতাই কাজিয়া নিষ্পত্তি কৰিছে
							
पर्यायवाची : সমাধান কৰা
अर्थ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
							उदाहरण : 
							এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
							
पर्यायवाची : কৰা, ঠিক কৰা, শেষ কৰা, সম্পাদন কৰা