अर्थ : যিটো কোনো কামনা বা ইচ্ছা নথকাকৈ কৰা হয়
							उदाहरण : 
							গীতাত নিষ্কাম কর্ম ্কৰাৰ ওপৰত জোৰ দিয়া দৈছে
							
अर्थ : যʼত ইচ্ছা নাথাকে
							उदाहरण : 
							ইচ্ছাহীন লোকৰ জীৱন শান্তিৰে পাৰ হয়
							
पर्यायवाची : অকাম, আকাংক্ষাহীন, ইচ্ছাহীন
अर्थ : যʼত কাম বাসনা নাই
							उदाहरण : 
							স্বামী বিবেকানন্দ কামনাহীন লোক আছিল
							
पर्यायवाची : কামনাশূন্য, কামনাহীন, বাসনাহীন, বীতকাম