अर्थ : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা
							उदाहरण : 
							বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে
							
पर्यायवाची : বনোৱা
अर्थ : * কোনো কর্মচ্াৰীক অস্থায়ী কামৰ কাৰণে এজনক আনজনৰ ঠাইত স্থানান্তৰিত কৰা
							उदाहरण : 
							সেনাধ্যক্ষই এগৰাকী বিষয়াক সাগৰৰ পাৰত ডিউটী কৰিবলৈ নিযুক্ত কৰিলে
							
पर्यायवाची : পঠোৱা
अर्थ : কামত লগোৱা
							उदाहरण : 
							এই কামৰ কাৰণে তেওঁ ্সাতজন মানুহ নিযুক্ত কৰিলে
							
पर्यायवाची : কাম দিয়া, চাকৰি দিয়া