अर्थ : বাহিৰৰ ফালে টান বাকলি থকা এবিধ ডাঙৰ গোলাকাৰ ফল, যাৰ ভিতৰত মিঠা শাহ আৰু পানী থাকে!
							उदाहरण : 
							তেওঁ ্ সদায় নাৰিকলৰ পানী খায়
							
पर्यायवाची : নাৰিকেল
अर्थ : খেজুৰ জাতিৰ এবিধ গছ যাৰ ডাঙৰ গোলাকাৰ ফলৰ ভিতৰত মিঠা পানী আৰু বগা মিঠা শাহ থাকে
							उदाहरण : 
							এই জংঘলত নাৰিকল গছ বেছিকৈ আছে
							
पर्यायवाची : নাৰিকল গছ