अर्थ : কাব্য, নাটক আদি সাহিত্য বা কথাছবি আদিত মুখ্যভাৱে স্থান পোৱা চৰিত্র
							उदाहरण : 
							এই কাহিনীৰ নায়কজনে শেষত বীৰ গতি লাভ কৰিলে
							
पर्यायवाची : প্রধান চৰিত্র, মুখ্য চৰিত্র, হিৰো
अर्थ : কোনো ক্ষেত্র বা বিষয়ত কাৰোবাক নেতৃত্ব দিয়া লোক
							उदाहरण : 
							বাজপেয়ী এগৰাকী ভাল নেতা
							
पर्यायवाची : নেতা