अर्थ : উচ্ছন্ন বা নষ্ট হোৱা
							उदाहरण : 
							ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে
							
पर्यायवाची : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নষ্ট কৰা, বিনাশ কৰা
अर्थ : লাহে লাহে হ্রাস বা কম কৰা
							उदाहरण : 
							গছবোৰ কাটি আমি প্রাকৃতিক সম্পদৰ ক্ষতিসাধন কৰিছো
							
पर्यायवाची : ক্ষতি কৰা, ক্ষতিসাধন কৰা