अर्थ : বৰষুণৰ পানী বৈ অহা জলপথ
							उदाहरण : 
							একেৰাহে বৰষুণ হোৱাৰ কাৰণে নলাবোৰ ওপচি পৰিছে
							
पर्यायवाची : নলা
अर्थ : যাৰ মাজেদি বৰষুণৰ পানী বা ময়লা যুক্ত পানী বৈ যায়
							उदाहरण : 
							এই নলাটোৰ পানী চহৰৰ দূৰৈৰ এখন নদীত গৈ পৰিছে
							
पर्यायवाची : নলা