अर्थ : কাগজ আদিৰ ভালেমান টুকুৰা একে লগে মিলাই গাঁঠি থোৱা কার্য
							उदाहरण : 
							কেৰাণীজনে কাগজবোৰ নথিভুক্ত কৰি আছে
							
पर्यायवाची : নথি
अर्थ : যাৰ পঞ্জীকৰণ কৰা হৈছে
							उदाहरण : 
							নৱজাত শিশুটোৰ নাম পঞ্জীভুক্ত কৰা হʼল
							
पर्यायवाची : পঞ্জীবদ্ধ, পঞ্জীভুক্ত, ্ৰেকর্ড