अर्थ : অভিনয় কৰা বা ভাও দেখুওৱা পুৰুষ
							उदाहरण : 
							তেওঁ ্ এগৰাকী ভাল অভিনেতা
							
पर्यायवाची : অভিনেতা, অভিনয় শিল্পী, নটশিল্পী, নতুৱা
अर्थ : বল্টুত পকাব পৰা ধাতুৰ এক ছেদযুক্ত গোল অথবা কোণীয়া আকাৰৰ পেচযুক্ত উপকৰণ
							उदाहरण : 
							নটটো বেছিকৈ নাটানিবা নহʼলে খুলিবলৈ অসুবিধা হʼব