अर्थ : ধোঁৱা বৰণৰ
							उदाहरण : 
							কুঁৱলীৰ কাৰণে সকলো ধূসৰ দেখা গৈছে
							
अर्थ : ধূলি লগা বা ধূলি সনা
							उदाहरण : 
							খেতিয়কজনে ধূলিধূসৰিত ধুতিখন পিন্ধি আছে
							
पर्यायवाची : ধূলি ধূসৰ, ধূলিধূসৰিত
अर्थ : ধূলিৰে ভৰি থকা
							उदाहरण : 
							ধুমুহা অহাৰ লগে লগেই গোটেই পৰিৱেশ ধূলিময় হৈ পৰিল
							
पर्यायवाची : ধূলিধূসৰিত, ধূলিময়, ধূসৰিত