अर्थ : ডাবি-ধমকি দিয়া কার্য
							उदाहरण : 
							ইমান ডবিওৱাৰ পিছতো ৰামে নিজৰ মনৰ মতেই কৰিলে
							
पर्यायवाची : ডবিওৱা, ডাবি-ধমকি দিয়া
अर्थ : ধমকি দি ভয় খুওৱা
							उदाहरण : 
							এটা লʼৰাই মোৰ সৰু ভাইটিক ধমকি দিছিল
							
पर्यायवाची : ধমকি দিয়া, হুমকি দিয়া