अर्थ : কোনো বস্তু বা কার্য আদিৰ ফালে ইংগিত কৰা
							उदाहरण : 
							মায়ে মোক আকাশত ধ্রুৱ তৰাৰ স্থিতি দেখুৱালে
							
पर्यायवाची : নির্দেশ ্কৰা
अर्थ : কোনো ব্যক্তি, পদার্থ ্ বা কাম-কাজ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ বা গুণ আদিৰ জ্ঞান লাভ কৰা
							उदाहरण : 
							তেওঁৰ নতুন ঘৰটো আমাক দেখুৱালে
							
पर्यायवाची : দর্শন ্ কৰা, দেখুৱা
अर्थ : অনুভৱ কৰোৱা
							उदाहरण : 
							ভাগ্যই আমাক বহুত বেয়া দিন দেখুৱালে
							
अर्थ : * কৃত্রিমভাৱে প্রস্তুত কৰা বা দেখুওৱা বা আনৰ নিচিনাকৈ অভিনয় কৰা
							उदाहरण : 
							শীলাই নিজকে অভিনেত্রী যেন দেখুৱায়
							
पर्यायवाची : প্রদর্শন ্কৰা
अर्थ : অনুসন্ধান বা নিৰীক্ষণ কৰা
							उदाहरण : 
							আপুনি ৰোগীজনক ডাক্তৰক দেখুৱালে নেকি ?
							
अर्थ : নিৰীক্ষণ কৰোৱা কার্য
							उदाहरण : 
							প্রত্যক্ষদর্শীয়ে পুলিচক হত্যা হোৱা ঠাইখিনি দেখুৱালে
							
पर्यायवाची : দেখুৱা