अर्थ : ঘৰতে বহি আহিলাৰ সহায়ত অন্যান্য ঠাইত সংঘটিত হোৱা দৃশ্যাৱলী দেখিবলৈ পোৱা এক ধৰণৰ প্রণালী
							उदाहरण : 
							দূৰদর্শনে দেশ-বিদেশত সংঘটিত হৈ থকা ঘটনাৱলী পোনপটীয়াভাৱে প্রচাৰ কৰি জনসাধাৰণৰ কাষলৈ লৈ যায়
							
पर्यायवाची : দূৰদর্শন-্প্রণালী
अर्थ : দূৰত সংঘটিত হোৱা ঘটনাৰাজিৰ দৃশ্য দেখা পোৱা এক ধৰণৰ আহিলা
							उदाहरण : 
							দূৰদর্শন মনোৰঞ্জনৰ এক উত্তম আহিলা
							
पर्यायवाची : টিভি, টেলিভিছন, টেলিভিশ্বন