अर्थ : পশু-পক্ষী আদিক দিয়া খাদ্য বস্তু
							उदाहरण : 
							তেওঁ মুর্গীক দানা দি আছে খেতিয়কজনে বলদ হালৰ কাৰণে দানা আনিহলৈ গৈছে
							
अर्थ : শস্যৰ পৰা উলিওৱা অংশ
							उदाहरण : 
							চিকাৰীটোৱে গছৰ তলত দানা সিঁচি দিলে
							
पर्यायवाची : শস্যৰ গুটি, শস্যৰ বীজ
अर्थ : পশুৱে খোৱা ঘাঁহ, ভুচি আদি
							उदाहरण : 
							তেওঁ গৰুৰ ্কাৰণে দানা আনিবলৈ গৈছে