अर्थ : লিখনি আদিত কোনো বাক্যৰ শেষ হʼলে তাৰ অন্তত লগোৱা যতি চিহ্ন
							उदाहरण : 
							আজি কালি হিন্দী লিখনিত দাড়ি(।)ৰ ঠাইত ফোট (.) ব্যৱহাৰ কৰে
							
अर्थ : পুৰুষৰ থুতৰিত ওলোৱা চুলি
							उदाहरण : 
							অধিকাংশ মনীষী ব্যক্তিয়ে দাড়ি ৰাখিছিল