अर्थ : ৰহৰ, মগু, বুট আদি শস্য দলি তৰকাৰী হিচাপে ৰান্ধি খোৱা খাদ্য
							उदाहरण : 
							তেওঁ ্ মগু দাইলৰ পকৰি খুউব ভাল পায়
							
पर्यायवाची : দালি
अर्थ : ৰুটি, ভাত আদিৰ লগত খোৱাৰ কাৰণে উতলোৱা বা সিজোৱা দাইলৰ এক ৰূপ
							उदाहरण : 
							মায়ে আজি দাইল, ভাত আৰু আলুৰ আঞ্জা ৰান্ধিছে
							
पर्यायवाची : দাইলৰ তৰকাৰী