अर्थ : বিছা, মৌ-মাখি আদি পতংগৰ পিছফালে থকা বিষাক্ত কাঁইট, যি সি্হঁতে অন্য জীৱৰ শৰীৰত সুমুৱাই বিষ বিয়পাই দিয়ে
							उदाहरण : 
							তেওঁক বৃশ্চিকৰ শুঙে বিন্ধি মাৰিলে
							
पर्यायवाची : শুং
अर्थ : দাঁতেৰে কামোৰা কার্য
							उदाहरण : 
							বিষাক্ত পোকৰ দংশনৰ ফলত শৰীৰৰ ঠায়ে ঠায়ে দমলা বান্ধিছে
							
अर्थ : দাঁতেৰে কামুৰিলে হোৱা ঘা
							उदाहरण : 
							সঞ্জয়ে দংশন হোৱা ঠাই মলম সানি আছে