अर्थ : তিব্বতত থকা বা বসতি কৰা
							उदाहरण : 
							তিব্বতী লামাসকলক আদৰণী জনাবলৈ সকলো থিয় হʼল
							
अर्थ : তিব্বতী ভাষা বা তিব্বতী ভাষাৰ সৈতে সম্বন্ধ থকা
							उदाहरण : 
							তেওঁ তিব্বতী কাহিনীবোৰ বৰ ভাল পায়
							
अर्थ : তিব্বতৰ বা তিব্বত সম্বন্ধীয়
							उदाहरण : 
							তিব্বতী মূলৰ সাত হাজাৰ শৰণার্থী ইয়ালৈ আহিল