अर्थ : পানী বা কোনো তৰল পদার্থৰ ্সহায়ত কোনো বস্তু মোলায়ম কৰা
							उदाहरण : 
							কুমাৰে কলহ বনাবৰ কাৰণে মাটি তিয়াই আছে
							
पर्यायवाची : ভিজোৱা
अर्थ : কোনো বস্তুক পানী বা কোনো তৰল পদার্থত সিক্ত হʼবলৈ ডুবাই ৰখা
							उदाहरण : 
							ৰাতিপুৱা খাবলৈ মায়ে সদায় বুট তিয়াই থয়
							
पर्यायवाची : তিয়াই থোৱা, ভিজোৱা