अर्थ : জুই সংযোগ কৰি কোনো বস্তুক জ্বলাত প্রবৃত্ত কৰা
							उदाहरण : 
							আহাৰ ৰান্ধিবৰ কাৰণে মালতীয়ে চৌকা জ্বলালে
							
अर्थ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
							उदाहरण : 
							বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
							
पर्यायवाची : উৎপীড়ন কৰা, কষ্ট দিয়া, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া
अर्थ : কাৰোবাৰ মনত সন্তাপ বা ঈর্ষা উৎপন্ন কৰা
							उदाहरण : 
							জেঠালেকে নতুন-নতুন কাপোৰপিন্ধি ভাইবোৱাৰীয়েকক জ্বলাইছে
							
अर्थ : চাকি আদি জ্বলা কার্য
							उदाहरण : 
							মাননীয় অধ্যক্ষই সমাৰোহ উদ্ঘাটন কৰিবলৈ বন্তি প্রজ্বলন কৰিলে
							
पर्यायवाची : প্রজ্বলন কৰা