अर्थ : অন্য কোনো বস্তুৰ শেষত লগোৱা
							उदाहरण : 
							চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে
							
पर्यायवाची : জোৰা, সংলগ্ন কৰা
अर्थ : দুই বা ততোধিক বস্তু বা অংশক সী, মিলাই বা লগ-লগাই বা অন্য উপায়েৰে এক কৰা
							उदाहरण : 
							মিস্ত্রীজনে মেজখনৰ ভগা খুঁটিটো জোৰা দি আছে
							
पर्यायवाची : জোৰা দিয়া