अर्थ : কোনো বস্তুৰ গুৰুত্ব বা ওজনৰ পৰিমাণ জানিবৰ কাৰণে দগা-পাল্লা বা তর্জু আদিত উঠোৱা কার্য
							उदाहरण : 
							দোকানীজনে ধান জুখি আছে
							
पर्यायवाची : ওজন কৰা
अर्थ : জোখ লোৱা হোৱা
							उदाहरण : 
							দুখীয়াসকলক দিবৰ বাবে মাটি জোখা হʼল
							
अर्थ : কোনো বস্তু, কার্য আদিৰ বিস্তাৰ ঘনত্ব আদিৰ মান বা পৰিমাণ উলিওৱা কার্য
							उदाहरण : 
							তেওঁ ্কাপোৰখিনি মিটাৰত জুখিছে
							
पर्यायवाची : মাপ কৰা