अर्थ : যুদ্ধত বিপক্ষৰ বিৰুদ্ধে সফল হোৱা
							उदाहरण : 
							মহাভাৰতৰ যুদ্ধত পাণ্ডৱসকল জিকিছিল
							
पर्यायवाची : জয়ী হোৱা, বিজয়ী হোৱা
अर्थ : কাৰোবাৰ মৰম, আনুগত্য আদি লাভ কৰা
							उदाहरण : 
							স্বামী বিবেকানন্দই নিজৰ ভাষণেৰে সকলোৰে অন্তৰ জয় কৰিছিল
							
पर्यायवाची : জয় কৰা
अर्थ : প্রতিযোগিতাত সফলতা লাভ কৰা
							उदाहरण : 
							মঞ্জুলে ৰাজ্যিক পর্যায়ৰ তর্ক প্রতিযোগিতাত জিকিলে
							
पर्यायवाची : সফল হোৱা