अर्थ : অভিজ্ঞ বা পৰিচিত হোৱা
							उदाहरण : 
							সংসাৰৰ কোনো লোকে সকলো বিষয় ভালদৰে নাজানে
							
पर्यायवाची : জ্ঞাত হোৱা, জ্ঞান হোৱা
अर्थ : কোনো ব্যক্তি, বস্তু আদিৰ সৈতে পূর্ব পৰিচিত হোৱা
							उदाहरण : 
							মই তেওঁক দহ বছৰৰ ্পৰা জানোঁ
							
पर्यायवाची : চিনি পোৱা
अर्थ : কোনো বস্তু অথবা ব্যক্তিক দেখাৰ লগে-লগেই তেওঁ ্কোন হয় চিনি লোৱা
							उदाहरण : 
							মই তেওঁক প্রথমৰ ্পৰাই চিনি পাইছিলোঁ
							
पर्यायवाची : চিনি পোৱা
अर्थ : কোনো কাম কৰিবলৈ সক্ষম হোৱা অৱস্থা
							उदाहरण : 
							মই বোৱা-কটা জানো
							
अर्थ : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা
							उदाहरण : 
							প্রসৱৰ বেদনা বাজীয়ে কি জানে ?  মই আপোনাৰ কথা বুজি পাওঁ
							
पर्यायवाची : বুজি পোৱা