अर्थ : পেটৰ আহাৰ হজম কৰা তাপ
							उदाहरण : 
							জঠৰাগ্নিয়ে ভালদৰে কাম কৰিলে শৰীৰ সুস্থ হৈ থাকে
							
अर्थ : খাবৰ কাৰণে ওপজা ইচ্ছা
							उदाहरण : 
							মাকক দেখিয়েই কেঁচুৱাটোৰ ভোক বাঢ়ি গʼল
							
पर्यायवाची : অন্নলিপ্সা, কলমলনি, কোষ্ঠাগ্নি, ক্ষুধা, জঠৰজ্বালা, জঠৰানল, পেটৰ পোৰণি, বুভুক্ষা, ভোক, ভোজনেচ্ছা