अर्थ : কোনো বাজনা আদিৰ মুখত চামৰা আদি লগোৱা
							उदाहरण : 
							তেওঁ ্ঢোলকটোত নতুন চামৰা চৰোৱাইছে
							
अर्थ : এটা বস্তুৰ ওপৰত আন এটা বস্তু লগোৱা
							उदाहरण : 
							সোণাৰীয়ে ৰূপৰ পায়লৰ ওপৰত সোণৰ পানী চৰালে
							
पर्यायवाची : চৰা
अर्थ : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
							उदाहरण : 
							বীণাখনৰ তাঁৰবোৰ টনা হৈছে  ঢোলৰ বৰতি চৰোৱা হৈছে
							
पर्यायवाची : টনা
अर्थ : চেতাৰ, ঢোল আদিৰ ৰছি বা তাঁৰ কচি বন্ধা
							उदाहरण : 
							ঢোলবাদকে ঢোল চৰাইছে
							
अर्थ : এটা বস্তুৰ ওপৰত অন্য কোনো এটা বস্তু মেৰিয়াই দিয়া বা জাপি দিয়া
							उदाहरण : 
							সেউজীয়া ৰঙটোৰ ওপৰত ৰঙা ৰং লগাইছে
							
पर्यायवाची : অভিলেপ কৰা, লগোৱা