अर्थ : আনৰ বস্তু মনে মনে লোৱা কার্য ্ বা ভাৱ
							उदाहरण : 
							ৰামুৱে চুৰ কৰি থাকোঁতে ধৰা পৰিল
							
पर्यायवाची : কুম্ভিলকবৃত্তি, চুৰ, চুৰতাৰি, চুৰি-চাপাচি, চৌর্য, চৌর্যবৃত্তি, তস্কৰবৃত্তি
अर्थ : পথচাৰীৰ পৰা বস্তু-বাহানি লুটপাত কৰা কার্য
							उदाहरण : 
							এই ৰাস্তাটোত বেছিভাগ ডকাইতি হয়
							
पर्यायवाची : ডকাইতি