अर्थ : মাটিৰ তলত হোৱা এবিধ বাদামজাতীয় শস্য
							उदाहरण : 
							তেওঁ চীনা-বাদাম খাই আছে
							
अर्थ : বাদামৰ নিচিনা মাটিৰ তলত ফল লগা এক প্রকাৰৰ উদ্ভিদ
							उदाहरण : 
							তেওঁ চীনা-বাদামজোপা শিপাৰে সৈতে উভালি পেলালে
							
पर्यायवाची : চীনা বাদাম