अर्थ : কোনো ফেক্টৰী, ভৱন আদিৰ ওপৰৰফালে ধোঁৱা ওলাবৰ কাৰণে সজা ছেদযুক্ত চিমনি বিশেষ
							उदाहरण : 
							ফেক্টৰীৰ চিমনিৰ পৰা ধোঁৱা ওলায় আছে
							
अर्थ : বন্তিৰ চাৰিওফালে দিয়া স্বচ্ছ ঢাকনি বা আৱৰণ
							उदाहरण : 
							তেওঁ চিমনিৰ ছাই গুচাই আছে