अर्थ : শিষ্ট ব্যৱহাৰেৰে বা ভালদৰে
							उदाहरण : 
							তেওঁ ্মোৰ লগত কেতিয়াও চিধাকৈ কথা নাপাতে
							
अर्थ : বিচলিত নোহোৱাকৈ
							उदाहरण : 
							তুমি মোক পোনপটীয়াকৈ আৰু শুদ্ধকৈ কোৱা কি হʼল ?
							
पर्यायवाची : পোনপটীয়াকৈ
अर्थ : মধ্যস্থতা নোহোৱাকৈ
							उदाहरण : 
							মই টকাৰ কাৰণে তেওঁৰ লগত চিধাকৈ কথা পাতিছিলো
							
पर्यायवाची : পোনপটীয়াকৈ, পোনে-পোনে