अर्थ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
							उदाहरण : 
							মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
							
पर्यायवाची : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা
अर्थ : কোনো কাম আদিৰ দায়িত্ব লোৱা
							उदाहरण : 
							নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়
							
अर्थ : ৰোধ কৰি বশত অনা
							उदाहरण : 
							দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ
							
अर्थ : কোনো মনোবেগক বাধা দিয়া
							उदाहरण : 
							জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক
							
अर्थ : কোনো বস্তু ভালে আছে নে নাই চোৱা
							उदाहरण : 
							নিজৰ কাপোৰ চম্ভালা