अर्थ : চকৰীৰ আধাৰত ঘূৰি থকা গোলাকাৰ খণ্ডবিশেষ
							उदाहरण : 
							লাটুমটো নিজৰ আধাৰৰ পৰা দূৰলৈ দলিয়াই পঠিওৱা হʼল
							
पर्यायवाची : লাটুম
अर्थ : জুৱা খেলৰ এবিধ গোলাকাৰ খেল উপকৰণ যʼত বেলেগ বেলেগ ভাগ বনোৱা থাকে আৰু ই নিজৰ অক্ষৰ ওপৰত গোল গোলকৈ ঘূৰে
							उदाहरण : 
							জুৱাৰীয়ে চকৰিত বনোৱা ভাগবোৰৰ ওপৰত বাজী লগায়
							
अर्थ : বহিবৰ বাবে স্থান যুক্ত গোলাকাৰ গোল গোলকৈ ঘূৰা এবিধ মনোৰঞ্জনৰ আহিলা
							उदाहरण : 
							আমি মেলাত চকৰিতো উঠিলো