अर्थ : চাৰিওফালে ফুৰা
							उदाहरण : 
							বেংকৰ বিষয়াই ঋণ অনুমোদনৰ কামত মোক বহুত ঘূৰালে
							
अर्थ : দিশ পৰি্বর্তন ্কৰা
							उदाहरण : 
							পথ সলাবৰ কাৰণে ড্রাইভাৰে গাড়ীখন ঘূৰালে
							
अर्थ : পৰিভ্রমণ কৰাত প্রবৃত্ত কৰা বা চাৰিওফালে ঘূৰা কার্য
							उदाहरण : 
							গাইডে আমাক গোটেই চহৰখন ঘূৰোৱা
							
पर्यायवाची : ফুৰোৱা
अर्थ : ভুল কথাৰে বা পথেৰে পৰিচালিত কৰা কাৰ্য
							उदाहरण : 
							তেওঁ ্মোক নিজৰ কথাৰে ঘূৰাই দিলে
							
अर्थ : বতাহত ইফালে-সিফালে হালি থকা
							उदाहरण : 
							প্রতিদ্বন্দ্বীয়ে প্রহাৰ কৰাৰ আগেয়ে তৰোৱাল ঘূৰাই আছে