अर्थ : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা
							उदाहरण : 
							এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ
							
पर्यायवाची : দৌৰা, লৰা-ঢপৰা কৰা
अर्थ : ঠাই সলনি নকৰাকৈ কোনো বস্তু নিজৰ পথেৰে ঘূৰা কার্য
							उदाहरण : 
							পৃথিৱীয়ে নিজৰ কক্ষপথত থাকি ঘূৰে