अर्थ : উত্তৰ আমেৰিকাত স্থিত ডেনমার্কৰ এখন স্ব-শাসিত ৰাজ্য
							उदाहरण : 
							গ্রীনলেণ্ডৰ প্রায় একাশী শতাংশ ভাগ বৰফেৰে ঢকা
							
अर्थ : আর্কটিক আৰু আটলান্টিক মহাসাগৰৰ মাজত স্থিত এটা দ্বীপ
							उदाहरण : 
							গ্রীনলেণ্ড বিশ্বৰ সকলোতকৈ ডাঙৰ দ্বীপ