अर्थ : কাৰোবাৰ ঘৰৰ পিছৰফালে থকা গুপ্ত দুৱাৰ
							उदाहरण : 
							পুলিচ অহাৰ খবৰ শুনিয়েই মনোহৰ গুপ্ত দুৱাৰেদি ওলায় গʼল
							
पर्यायवाची : পিছ দুৱাৰ
अर्थ : মহল আদিত সজা অসার্বজনিক দুৱাৰ, যাৰ বিষয়ে তাত থকা লোকহে জানে
							उदाहरण : 
							শত্রুৱে গুপ্ত দুৱাৰৰ সম্ভেদ পালে আৰু সেই পথেৰে তেওঁলোকে মহলত প্রবেশ কৰিলে
							
पर्यायवाची : গুপ্ত দ্বাৰ, গোপন দর্জা, গোপন দুৱাৰ, গোপন দ্বাৰ