अर्थ : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে
							उदाहरण : 
							ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই
							
पर्यायवाची : লক্ষ্য, লক্ষ্য স্থান
अर्थ : যʼত যাব লগা আছে
							उदाहरण : 
							আমি সুবিধানুসৰি নিজৰ গাড়ীৰে গন্তব্য স্থানলৈ যাব পাৰোঁ